সমললৈ যাওক

৩১ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

৩১ মে' (ইংৰাজী: 31 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫১তম (অধিবৰ্ষত ১৫২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৪টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮৫৯ – ক্লক টাৱাৰ (The clock tower)-ৰ বিগ বেং (Big Ben) নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল।
  • ১৮৮৯ - পেৰিচৰ আইফেল টাৱাৰ উদ্বোধন।
  • ১৯১১ – উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত আৰ.এম.এছ. টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল।
  • ১৯৩৫ - কোয়েটা (বেলুচিস্তানৰ) ভূমিকম্পত ৫০ হাজাৰ লোকৰ মৃত্যু হৈছিল।
  • ১৯৫২ - ভাৰতৰ শিক্ষা মন্ত্ৰণালয়ৰ সহযোগত সংগীত নাটক একাডেমী প্ৰতিষ্ঠা কৰা হয়।
  • ২০০২ - ফিফাৰ ১৭তম বিশ্বকাপ ফুটবল দক্ষিণ কোৰিয়াৰ চিউলত আৰম্ভ হৈছিল। দক্ষিণ কোৰিয়া জাপানৰ সৈতে যৌথ আয়োজক আছিল।

জন্ম[সম্পাদনা কৰক]

  • ১৫৭৭ - নুৰ জাহান, মোগল সম্ৰাজ্ঞী আৰু সম্ৰাট জাহাঙ্গীৰৰ প্ৰধান ৰাণী আছিলে। (মৃত্যু: ১৬৪৫)
  • ১৭২৫ - মহাৰাণী অহল্যাবাই হোলকাৰ, ভাৰতৰ মাৰাঠা সংঘৰ মালৱা ৰাজ্যৰ হলকাৰ ৰাণী আছিল।
  • ১৯১২ - চিয়েন-চিউং উ, চীনা-আমেৰিকান পদাৰ্থবিজ্ঞানী, তেখেতে তেজস্ক্ৰিয়তাৰ গৱেষণাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। (মৃত্যু: ১৯৯৭)
  • ১৯১৮ - ৱাল্ট হুইটমেন, কবি, প্ৰবন্ধকাৰ আৰু সাংবাদিক।
  • ১৯৪৬ - পুনিতা আৰোৰা, ভাৰতীয় থলসেনা আৰু ভাৰতীয় নৌসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত ফ্লেগ অফিচাৰ।
  • ১৯৪৬ - ষ্টিভ বাকনৰ, জামাইকাৰ বিখ্যাত আন্তৰ্জাতিক ক্ৰিকেট আম্পায়াৰ।
  • ১৯৫৬ - সূৰ্যকান্ত হাজৰিকা, ভাৰতীয় সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ।
  • ১৯৬৬ - ৰোচন মহানামা, শ্ৰীলঙ্কাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৭২ - শিৱানী বৰ্মা, ভাৰতীয় ৰাজযোগ ধ্যান গুৰু আৰু আধ্যাত্মিক বক্তা।
  • ১৯৯২ - শোভিতা ধূলিপালা, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Bollywood playback singer KK passes away while performing at a concert" (en ভাষাত). DNA India. https://www.dnaindia.com/bollywood/report-singer-kk-passes-away-while-performing-at-concert-in-kolkata-2957052। আহৰণ কৰা হৈছে: 2022-05-31.