সমললৈ যাওক

২৩ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
   ১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

২৩ জুন (ইংৰাজী: 23 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৪তম (অধিবৰ্ষত ১৭৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯১টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৫৭ - পলাশীৰ যুদ্ধত ব্ৰিটিছ সেনা আৰু চিৰাজ উদ দৌল্লাৰ মাজত যুদ্ধ আৰম্ভ হয়।
  • ১৯৬০ - জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সুৰক্ষা সন্দৰ্ভত বুজা বুজি হয়।
  • ১৯৬৯ - ৱাইন ই বাৰ্গৰ চুপ্ৰীম কৰ্টৰ মুখ্য ন্যায়াধীশ হয়।
  • ১৯৯১ - আফ্ৰিকাৰ দেশ মালদোৱাৰ স্বাধীনতা ঘোষণা কৰে।
  • ১৯৯৬ - শেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ শপত লয়।
  • ২০০৩ - উইলম্বন টেনিছ প্ৰতিযোগিতা আৰম্ভ হয়।
  • ২০০৮ - প্ৰখ্যাত বঙালী অভিনেত্ৰী সৌমিত্ৰ চেটাৰ্জীদাদাচাহেব ফাল্কে বঁটা দিয়াৰ কাৰণে নিৰ্বাচক সমিতিয়ে আহ্বান কৰে।
  • ২০১৭ - মোহম্মদ বিন নায়কৰ পিছত মোহম্মদ বিন ছলমান চৌদি আৰৱৰ নতুন উত্তৰাধিকাৰী নিযুক্ত হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৮৭৫ - নৰ্মান প্ৰিচাৰ্ড, ব্ৰিটিছ-ভাৰতীয় অভিনেতা আৰু খেলুৱৈ।
  • ১৯০৭ - জেম্ছ মিডে, ব্ৰিটিছ অৰ্থনীতিবিদ।
  • ১৯১২ - এলান ট্যুৰিং, ইংৰাজ কম্পিউটাৰ বিজ্ঞানী।
  • ১৯২৯ - জুন কাৰ্টাৰ, আমেৰিকান গায়িকা।
  • ১৯৩৪ - চণ্ডী প্ৰসাদ ভট্ট, গান্ধীবাদী বিচাৰক আৰু সামাজিক কৰ্মকৰ্তা।
  • ১৯৩৬ - প্ৰদীপ কুমাৰ বেনাৰ্জী, ভাৰতীয় ফুটবল খেলুৱৈ।
  • ১৯৫২ - ৰাজ বব্বৰ, ভাৰতীয় অভিনেতা আৰু ৰাজনেতা।
  • ১৯৫৮ - মুকেশ খান্না, ভাৰতীয় টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেতা৷
  • ১৯৫৯ - খৰ্গেশ্বৰ তালুকদাৰ, অসম আন্দোলনৰ প্ৰথম শ্বহীদ।

মৃত্যু[সম্পাদনা কৰক]

  • ১৭৬১ - বালাজী বাজীৰাও, মাৰাঠা পেছৱা।
  • ১৯১৪ - গংগাপ্ৰসাদ বাৰ্মা, ভাৰতীয় ৰাজনৈতিক নেতা তথা সমাজ সংস্কাৰক।
  • ১৯৫৩ - শ্যামা প্ৰসাদ মুখাৰ্জী, ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাতা।
  • ১৯৭১ - শ্ৰী প্ৰকাশ, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৮০ - সঞ্জয় গান্ধী, ভাৰতীয় নেতা তথা ইন্দিৰা গান্ধীৰ সৰু পুত্ৰ।
  • ১৯৯৫ - জোনাছ চক্‌, পলিঅ' বেমাৰৰ প্ৰতিষেধকৰ আৱিষ্কাৰক।
  • ২০০৩ - গৌৰীশংকৰ ভট্টাচাৰ্য, ভাৰতীয় আইনজ্ঞ, ৰাজনীতিবিদ আৰু সাহিত্যিক।
  • ২০১৫ - নিৰ্মলা যোশী, ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ।

দিৱস[সম্পাদনা কৰক]

  • আন্তৰ্জাতিক বিধৱা দিৱস।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]