১৩ জুন (ইংৰাজী : 13 June ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১৬৪তম (অধিবৰ্ষ ত ১৬৫তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০১টা দিন বাকী থাকে। বুৰঞ্জী ৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল -
১২৯০ - জালালুদ্দিন খলিজিয়ে দিল্লী দখল কৰিছিল আৰু ইয়াৰ ফলত দাস বংশৰ ৰাজত্বৰ সূচনা হৈছিল।
১৭৫৭ - ৰবাৰ্ট ক্লাইভে চিৰাজউদ্দৌলাৰ বিৰুদ্ধে মুৰ্চিদাবাদ অভিমুখে যুদ্ধ অভিযান আৰম্ভ কৰিছিল।
১৯০০ - চীনত বক্সাৰ বিদ্ৰোহ আৰম্ভ হৈছিল।
১৯৮৩ - আমেৰিকাৰ মহাকাশযান ‘‘পায়’নিয়াৰ—১০’’এ সৌৰ জগত পাৰ হৈ অচিন জীৱৰ সন্ধানত বৰ্হিবিশ্বলৈ যাত্ৰা কৰিছিল।
১৭৭৩ - টমাছ ইয়ং, ইংৰাজ পদাৰ্থ বিজ্ঞানী।
১৮৩১ - জেমচ্ ক্লাৰ্ক মেক্সৱেল, বিদ্যুৎ চুম্বকীয় তত্ত্বৰ প্ৰৱৰ্তক।
১৮৬৫ - উইলিয়াম বাট্লাৰ ইয়েটচ্ , আইৰিছ কবি, নাট্যকাৰ, গদ্য লেখক।
১৮৯৪ - মিত্ৰদেৱ মহন্ত অধিকাৰী (চমুকৈ, মিত্ৰদেৱ মহন্ত), অসম ৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ তথা অভিনেতা।
১৯২৮ - জন ফ'ৰ্বছ নাছ , আমেৰিকান গণিতজ্ঞ।
১৯৯৪ - দীপিকা কুমাৰী , ভাৰতীয় আৰ্চাৰী খেলুৱৈ।
১৯৮৩ - ফণীন্দ্ৰ চন্দ্ৰ দত্ত, ভাৰতীয় ৰসায়ন বিজ্ঞানী।
২০১২ - মেহদী হাছান, পাকিস্তানৰ গজল গায়ক।
২০২১ - নিৰ্মল চাইনী , ভাৰতীয় ভলীবল খেলুৱৈ তথা ভাৰতৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক।
সম্ৰাট আলেকজেণ্ডাৰ ৰ স্মৃতি দিৱস।
হাঙ্গেৰীৰ উদ্ভাৱক দিৱস।