সমললৈ যাওক

৩০ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

৩০ জুন (ইংৰাজী: 30 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮১তম (অধিবৰ্ষত ১৮২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৪টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮৫৫ - বৃটিছ বিৰোধী চাঁওতাল বিদ্ৰোহ আৰম্ভ হৈছিল।
  • ১৯৩৭ - বিশ্বৰ প্ৰথম জৰুৰীকালীন টেলিফোন নম্বৰ '৯৯৯' লণ্ডনত আৰম্ভ হৈছিল।

জন্ম[সম্পাদনা কৰক]

  • ১৯২২ - অমূল্য বৰুৱা, অসমীয়া কবি।
  • ১৯৩০ - চি এন আৰ ৰাও, ভাৰতীয় ৰসায়নবিজ্ঞানী।
  • ১৯৪৩ - আহমদ ছফা, বাংলাদেশী ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, চিন্তাবিদ।
  • ১৯৬৬ - মাইক টাইছন, আমেৰিকান বক্সিং খেলুৱৈ।
  • ১৯৬৯ - সনথ জয়সূৰ্য, শ্ৰীলংকাৰ ক্ৰিকেট খেলুৱৈ।
  • ১৯৮৫ - মাইকেল ফেল্‌পচ, মাৰ্কিন সাঁতোৰবিদ আৰু অলিম্পিকত ২৩টা স্বৰ্ণ পদক বিজয়ী।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯১৭ - দাদাভাই নৌৰজী, বৃটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য। (জঃ ০৬/০৯/১৮২৫)
  • ১৯৭১ - ভ্লাডিস্লাভ ভ'ল্ক'ভ, ৰুচ দেশৰ মহাকাশচাৰী।
  • ১৯৯৯ -কেপ্টেইন জিণ্টু গগৈ, কাৰ্গিল যুদ্ধত শ্বহীদ হয়।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]