সমললৈ যাওক

২৭ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

২৭ জুন (ইংৰাজী: 27 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৮তম (অধিবৰ্ষত ১৭৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৭টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৬৭ - পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডৰ এনফিল্ড চহৰত।

জন্ম[সম্পাদনা কৰক]

  • ১৮৩৮ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, উনিশ শতিকাৰ বাঙালী সাহিত্যিক আৰু সাংবাদিক। (অথবা ২৬ জুনত জন্ম, মৃত্যু: ৮ এপ্ৰিল, ১৮৯৪)
  • ১৮৮০ - হেলেন কেলাৰ এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী।
  • ১৯১৯ - অমলা শংকৰ, ভাৰতীয় নৃত্যশিল্পী।
  • ১৯২০ - আইদেউ সন্দিকৈ, অসমীয়া অভিনেত্ৰী। (মৃত্যু: ২০০২)
  • ১৯৩৯ - ৰাহুলদেৱ বৰ্মন, ভাৰতীয় সুৰকাৰ, সঙ্গীতশিল্পী। (মৃত্যু: ৪ জানুৱাৰী, ১৯৯৪)
  • ১৯৬৪ - পি. টি. উষা, ভাৰতৰ এথলেটিক, দৌৰ ৰাণী।
  • ১৯৮০ - কেভিন পিটাৰচন, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইংলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৮৩ - ডেল ষ্টেইন, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।

মৃত্যু[সম্পাদনা কৰক]

  • ১৮২৯ - জেমচ্ স্মিথছন, ইংৰাজ বিজ্ঞানী আৰু দাৰ্শনিক।
  • ১৮৩৯ - ৰণজিত সিং, শিখ ৰজা।
  • ১৯৯৮ - সুমতী মোৰাৰজী, ভাৰতীয় ব্যৱসায়ী।

ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]

  • হেলেন কেলাৰ দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  • স্বাধীনতা দিৱস (জিবুতি)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]