সমললৈ যাওক

৩১ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

৩১ ডিচেম্বৰ (ইংৰাজী: 30 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬৫ তম (অধিবৰ্ষত ৩৬৬ তম) দিন। এই দিনটো বছৰৰ শেষ দিন। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৱলী[সম্পাদনা কৰক]

  • বছৰৰ অন্তিম দিন
  • ১৯৪৪ - হাংগেৰীয়ে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  • ১৯৫৫ - সৰ্থেবাৰীক নগৰ হিচাপে ঘোষণা কৰা হয়।
  • ২০০০ - ইউৰোপৰ ১২খন দেশত ইউৰ’ মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয়।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ২০১৮ - কাদেৰ খান, ভাৰতীয়-কানাডিয়ান অভিনেতা, চিত্ৰনাট্যকাৰ, কমেডিয়ান আৰু বোলছবি পৰিচালক।
  • ২০১৯ - ৰত্ন ওজা, অসমীয়া কবি, গীতিকাৰ, নাট্যকাৰ তথা মঞ্চ আৰু চলচ্চিত্ৰ শিল্পী।

দিৱস[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]