১৩ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭  ১৮ 
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

১৩ মে' (ইংৰাজী: 13 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৩তম (অধিবৰ্ষত ১৩৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩২টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৯৫ - প্ৰথম মহিলা হিচাপে  এলিচন অক্সিজেন আৰু চেৰপা চাৰাই এভাৰেষ্ট জয় কৰে।
  • ২০০০ - ভাৰতৰ লাৰা দত্তই বিশ্বসুন্দৰী খিতাপ লাভ কৰে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৩৬ - চাৰ্লছ উইলকিঞ্চ, ইংৰাজ ভাষাবিদ। (জন্ম: ১৭৪৯)
  • ১৯৪৭ - সুকান্ত ভট্টাচাৰ্য, ভাৰতীয় সাহিত্যিক। (জন্ম: ১৫ আগষ্ট, ১৯২৬)
  • ১৯৫১ - হাজৰত মোহনী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু কবি। (জন্ম:- ১ জানুৱাৰী ১৮৭৫)
  • ১৯৬৩ - সুকুমাৰ সেন, ভাৰতীয় সাহিত্যক। (জন্ম: ২ জানুৱাৰী, ১৮৯৮)
  • ২০০১ - আৰ কে নাৰায়ণ, ভাৰতীয় লেখক। (জন্ম: ১০ অক্টোবৰ, ১৯০৬)
  • ২০১৮ - ই চি জৰ্জ সুদৰ্শন, ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী।
  • ২০২৪ - বিৰুবালা ৰাভা, অসমৰ এগৰাকী প্ৰখ্যাত সমাজকৰ্মী। অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছিল। ২০২১ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। কৰ্কট ৰোগত আক্ৰান্ত হৈ দেহাৱসান। জন্ম ১৯৫৪ চনত গোৱালপাৰা জিলাৰ ঠাকুৰভিলাত ।

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]