পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় (ইংৰাজী: Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya) অসমৰ গোৱালপাৰা জিলাৰ আমজোঙ্গাত অৱস্থিত এখন বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান।[1] মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[2]
২০১৭ চনত কেন্দ্ৰীয় চৰকাৰৰ সহযোগত গোৱালপাৰা জিলাৰ আমজোঙ্গাত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। এই শিক্ষানুষ্ঠানখনৰ নামকৰণ কৰা হয় দেশৰ এগৰাকী মহান চিন্তাবিদ, দাৰ্শনিক আৰু প্ৰখ্যাত সমাজবিজ্ঞানী পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামেৰে।[1]
- প্ৰাণী বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- ৰসায়ন বিদ্যা
- পদাৰ্থ বিজ্ঞান
- গণিত
- কম্পিউটাৰ বিজ্ঞান
অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ |
---|
| গৱেষণা কেন্দ্ৰ | |
---|
| বিশ্ববিদ্যালয় | |
---|
| অভিযান্ত্ৰিক মহাবিদ্যালয় | |
---|
| চিকিৎসা মহাবিদ্যালয় | |
---|
| ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান | |
---|
| অন্যান্য মহাবিদ্যালয় | |
---|
|
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ |
---|
| বাক্সা জিলাৰ মহাবিদ্যালয়সমূহ | |
---|
| বৰপেটা জিলাৰ মহাবিদ্যালয়সমূহ | |
---|
| বঙাইগাঁও জিলাৰ মহাবিদ্যালয়সমূহ | |
---|
| চিৰাং জিলাৰ মহাবিদ্যালয়সমূহ | |
---|
| দৰং জিলাৰ মহাবিদ্যালয়সমূহ | |
---|
| কামৰূপ জিলাৰ মহাবিদ্যালয়সমূহ | |
---|
| গোৱালপাৰা জিলাৰ মহাবিদ্যালয়সমূহ | |
---|
|