ৰং হৈছে এন কে প্ৰডাক্চন প্ৰযোজিত[1] এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এলবামটিৰ আটাইকেইটি গীতৰ কথা, সুৰ আৰু সংগীত ব্যৱস্থাপনা জুবিন গাৰ্গৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন আৰু মহালক্ষ্মী আয়াৰে।[2]
এলবামটিত মুঠ ৮ টা গীত আছে। গীতসমূহ হ'ল[2]-
|
|
1. |
"ৰং তুমি হোৱানে" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ |
|
2. |
"তুমি দূৰ অতীতৰ" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
|
3. |
"এতিয়া কাষত" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
|
4. |
"সেউজীয়া মন" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
|
5. |
"জোন বেলি তৰা" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
|
6. |
"আজি তুমি নহ'লে" | জুবিন গাৰ্গ | জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ |
|
7. |
"যেতিয়া বৰষা নামে" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
|
8. |
"মোৰো যে মনে" | জুবিন গাৰ্গ | জুবিন গাৰ্গ |
|
|
---|
| | | সংগীত পৰিচালনা |
|
---|
| চলচ্চিত্ৰ পৰিচালনা | |
---|
| অভিনীত চলচ্চিত্ৰ | |
---|
| |
|