সমললৈ যাওক

বিমান চন্দ্ৰ চেতিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিমান চন্দ্ৰ চেতিয়া
জন্ম লখিমপুৰ, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় গণিত আৰু কবিতা
সহযোগী স্বপ্নালী গগৈ

বিমান চন্দ্ৰ চেতিয়া (ইংৰাজী: Biman Chandra Chetia) তেখেত নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ৷ গণিতজ্ঞ আৰু কবি হিচাপেও তেখেত পৰিচিত। তেখেতৰ এখন প্ৰসিদ্ধ গ্ৰন্থ হ’ল Fuzzy Modeling of the Boundary-Layer Theory[1]

সাহিত্যৰাজি

  • পানচৈৰ ঘাটৰ কবিতা
  • Fuzzy Modeling of the Boundary-Layer Theory
  • Continuity in Topological Spaces[2]
  • Fuzzy Rule-based Modelling on River Study (স্বপ্নালী গগৈৰ সৈতে যুতীয়াভাৱে)[3]
  • পাণীন্দ্ৰ নাথ গগৈ (অৰবিন্দ ৰাজখোৱাৰ সৈতে যুতীয়াভাৱে, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০১১)
  • চৌ আইজেপ ফুকনৰ ৰচনাৱলী (অৰবিন্দ ৰাজখোৱাৰ সৈতে, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০১১)

তথ্যসূত্ৰ

লগতে চাওক

স্বপ্নালী গগৈ