ৱিকিপিডিয়া:বৈঠক/ৱিকিপিডিয়া AANA কৰ্মশালা, ৮ নৱেম্বৰ ২০২০
তাৰিখ[সম্পাদনা কৰক]
৮ নৱেম্বৰ, ২০২০
সময়: সন্ধ্যা ৯-৩০ টাত
আয়োজক[সম্পাদনা কৰক]
Assam Association of North America ৰ হৈ জোনালী বৰুৱা আৰু সুৰঞ্জয় হাজৰিকা৷
মাধ্যম[সম্পাদনা কৰক]
জুম
সমল ব্যক্তি[সম্পাদনা কৰক]
লগতে অনিমেষ বৰা আৰু মৃদুল কুমাৰ শৰ্মা উপস্থিত থাকে৷
উপস্থিতি[সম্পাদনা কৰক]
ন শিকাৰু আৰু পুৰণি সদস্য মিলাই মুঠ ৪৪ গৰাকী ব্যক্তিয়ে এই কৰ্মশালাত যোগদান কৰে।
আলোচিত বিষয়[সম্পাদনা কৰক]
- ৱিকিপিডিয়া কি, অসমীয়া ৱিকিপিডিয়াৰ চমু পৰিচয়
- আন ৱিকিমিডিয়া প্ৰকল্পসমূহ, অসমীয়া ৱিকিউৎস
- কি লিখিব লাগে, কি লিখিব নালাগে
- কিয় লিখিব লাগে
- ৱেবছাইটৰ বিভিন্ন লিংকবোৰ
- একাউণ্ট সৃষ্টি, লগিন, একাউণ্ট কিয় লাগে
- কেনেকৈ লিখে, মাধ্যম-লেপটপ, মোবাইল, এপ্
- অনুবাদ সঁজুলি
- সম্পাদনাৰ ভিন ভিন উপায়
- ৱিকিপিডিয়াৰ পঞ্চনীতি
- লিখিবলৈ কিয় ভয় কৰিব নালাগে
ম্যাদ[সম্পাদনা কৰক]
- কৰ্মশালাৰ মূল কাৰ্যসূচী প্ৰায় ১ ঘণ্টা।
- প্ৰশ্নোত্তৰ ১৫ মিনিট।