স্থূলপোষকসমূহৰ তালিকা
জীৱৰ দেহক অধিক মাত্ৰাত প্ৰয়োজন হোৱা পুষ্টিকাৰকবোৰক স্থূলপোষক বুলি কোৱা হয়। ইয়াক তুলনামূলকভাবে অধিক পৰিমাণে (গ্ৰামত বা আউন্সত) সেবন কৰা হয়। ইয়ৰ প্ৰাথমিক কাম হ'ল শক্তি উৎপাদন বা শৰীৰৰ বৃদ্ধি বা মেৰামতি। উদাহৰণ হ'ল কাৰ্ব'হাইড্ৰেট, চৰ্বী, প্ৰোটিন আৰু পানী।
শক্তি প্ৰদান কৰা স্থূলপোষক[সম্পাদনা কৰক]
শক্তি প্ৰদান কৰা তিনিবিধ প্ৰধান স্থূলপোষক হৈছে: কাৰ্ব'হাইড্ৰেট, প্ৰোটিন, আৰু লিপিড।[1]
কাৰ্ব'হাইড্ৰেট[সম্পাদনা কৰক]
- Glucose
- Sucrose
- Ribose
- Amylose starchৰ এটা প্ৰধান উপাদান
- Amylopectin
- Maltose
- Galactose
- Fructose
- Lactose
প্ৰ'টিন[সম্পাদনা কৰক]
এমিন এচিড[সম্পাদনা কৰক]
- Standard amino acids
- Alanine
- Arginine
- Aspartic acid (aspartate)
- Asparagine
- Cysteine
- Glutamic acid (glutamate)
- Glutamine
- Glycine
- Histidine
- Isoleucine (branched chain amino acid)
- Leucine (branched chain amino acid)
- Lysine
- Methionine
- Phenylalanine
- Proline
- Serine
- Threonine
- Tryptophan
- Tyrosine
- Valine (branched chain amino acid)
চৰ্বী[সম্পাদনা কৰক]
চেচুৰেটেড ফেট[সম্পাদনা কৰক]
- Butyric acid (C4)
- Caproic acid (C6)
- Caprylic acid (C8)
- Capric acid (C10)
- Lauric acid (C12)
- Myristic acid (C14)
- Pentadecanoic acid (C15)
- Palmitic acid (C16)
- Margaric acid (C17)
- Stearic acid (C18)
- Arachidic acid (C20)
- Behenic acid (C22)
- Lignoceric acid (C24)
- Cerotic acid (C26)
মনচেচুৰেটেড ফেট[সম্পাদনা কৰক]
পলিচেচুৰেটেড ফেট[সম্পাদনা কৰক]
- Linoleic acid (LA) - an essential fatty acid
- α-Linolenic acid (ALA) - an essential fatty acid
- Stearidonic acid (SDA)
- Arachidonic acid (ETA)
- Timnodonic acid (EPA)
- Clupanodonic acid (DPA)
- Cervonic acid (DHA)
অত্যাৱশ্যকীয় ফেটি এচিড[সম্পাদনা কৰক]
These two essential fatty acids are the starting point for other important omega-acids (e.g. DHA, EPA)[উদ্ধৃতিৰ প্ৰয়োজন]
- α-Linolenic acid ALA (18:3) Omega-3 fatty acid
- Linoleic acid LA (18:2) Omega-6 fatty acid
শক্তি প্ৰদান নকৰা স্থূলপোষক[সম্পাদনা কৰক]
শক্তি প্ৰদান নকৰা দুবিধ প্ৰধান স্থূলপোষক হৈছে: পানী, আৰু খাদ্যজ আঁহ।
পানী[সম্পাদনা কৰক]
পানী হৈছে এক প্ৰকাৰৰ স্বচ্ছ জুলীয়া পদাৰ্থ। অক্সিজেনৰ এটা আৰু হাইড্ৰ’জেনৰ দুটা পৰমাণু লগ লাগি পানীৰ অণু গঠন হয়। পানীয়ে কোনো কেল’ৰি বা শক্তিৰ যোগান নধৰিলেও সকলো জীৱকে বিশুদ্ধ বা সুৰক্ষিত খোৱাপানীৰ প্ৰয়োজন।
আঁহ[সম্পাদনা কৰক]
শাক-পাচলি আৰু ফল-মূলত খাদ্যজ আঁহ পোৱা যায়। ই পাচন তন্ত্ৰৰ বাবে অতি দৰকাৰী উপাদান।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Prentice, Andrew M. (1 October 2005). Macronutrients as sources of food energy. 8. pp. 932–939. doi:10.1079/PHN2005779. https://www.telugubadi.net/core/journals/public-health-nutrition/article/div-classtitlemacronutrients-as-sources-of-food-energydiv/DDF89DE14E92D39D56A45FBAA3F00A55.[সংযোগবিহীন উৎস]