সদস্য বাৰ্তা:সবজান্তা
নমস্কাৰ, সবজান্তা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
ওনাম/ওণম[সম্পাদনা কৰক]
নমস্কাৰ, অসমৰ পাঠ্যপুথি সমূহত আৰু অন্যান্য ঠাইত ওনাম বুলিয়ে ব্যৱহাৰ কৰে। সেয়ে সেইদৰে ৰখা হ'ল। ধন্যবাদ। - অজয় কথা-বতৰা 11:09, 22 August 2021 (ইউ.টি.চি.)