বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Favicon of Wikipedia বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া
soft2i
ইউ আৰ এল bpy.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২৫,০৮৭ প্ৰবন্ধ আছে।

পৰিসংখ্যা[সম্পাদনা কৰক]

২০২৪ চনত বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়াৰ ২৫,০৮৭ টা প্ৰবন্ধ, ২৬,০০০ গৰাকী সম্পাদক, ২ গৰাকী প্ৰশাসক আৰু ৪১ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৮,৯৩,৮৩২।[1]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বিষ্ণুপ্ৰিয়া মণিপুৰী ৱিকিপিডিয়া

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]