বাৰ্তা:সুপ্ৰতিস্থিত বৰ্মা
বেছিভাগ কিতাপতে ৰাজবংশটোৰ নাম 'বৰ্মন'হে আছে। গতিকে মূল প্ৰবন্ধবোৰ নাম 'বৰ্মন' ৰাখি 'বৰ্মা'টো তালৈ পুনঃনিৰ্দেশ কৰি ৰখা হওক। — গীতাৰ্থ বৰদলৈ (talk) 07:30, 25 ডিচেম্বৰ 2013 (UTC)
- ইংৰাজীত প্ৰায়ে 'বৰ্মন' বুলিহে লিখা থাকে। 'সোণৰ অসম' নামৰ বুৰঞ্জীৰ কিতাপখনত 'বৰ্মা' বুলিহে আছে। Ani ttbr (talk) 07:53, 29 ডিচেম্বৰ 2013 (UTC)
- মই কেইবাটাও উৎস চাই 'বৰ্মন'হে পালোঁ। সেইবাবে মূল নাম সেইটো ৰাখিব লাগে বুলি কৈছোঁ। অকব'তো কথাটো ওলাইছিল। ৰাইজে 'বৰ্মন' বুলিয়েই কৈছে। — গীতাৰ্থ বৰদলৈ (talk) 08:37, 29 ডিচেম্বৰ 2013 (UTC)
- বৰ্মনেই. হওক. প্রভাকৰ শৰ্মা নেওগ (talk) 22:53, 29 ডিচেম্বৰ 2013 (UTC)