বাৰ্তা:শুভা মুদগল
This article was created as part of Wiki Loves Women South Asia 2021 online edit-a-thon. |
নামৰ বানান[সম্পাদনা কৰক]
হিন্দীত 'शुभा मुद्गल', ইংৰাজীত 'Shubha Mudgal' লিখে। সেই হিচাপে অসমীয়াতো নামৰ লিপ্যন্তৰ 'শুভা মুদগল' হ'ব লাগে। বাবুল বৈশ্য (বাৰ্তা) 17:02, 7 September 2021 (ইউ.টি.চি.)