বাৰ্তা:যতীন্দ্ৰ কুমাৰ বৰগোহাঞি
Jatindra Kumar Borgohain graduated from ADP College, not Cotton College.
- তথ্যউৎস? অনলাইন সূত্ৰবোৰত (যেনে http://www.amarasom.glpublications.in/epapermain.aspx?queryed=9&eddate=12%2f19%2f2013) কটন কলেজ বুলিয়েই পাইছোঁ। — গীতাৰ্থ বৰদলৈ (talk) 04:52, 22 ডিচেম্বৰ 2013 (UTC)
- গীতাৰ্থ, তেখেতে কোৱা কথাটো হয়। যতীন্দ্ৰ কুমাৰ বৰগোহাঞিয়ে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰাহে স্নাতক ডিগ্ৰী লাভ কৰিছিল। দৈনিক কাকতত থকা তথ্যৰ বিভ্ৰান্তিৰ বাবে এয়া হ'ল। মই তেখেতৰ পুত্ৰ ড° মাধুৰ্য মধুৰ বৰগোহাঞিৰ সৈতে কথা পাতিছিলো, তেওঁ এখন সংক্ষিপ্ত জীৱন পঞ্জী পঠাইছে। প্ৰৱন্ধটোত আৰু কেইটামান তথ্যৰ আসোঁৱাহ আছে। সেয়া ঠিক ঠাক কৰিব লাগিব। প্ৰণৱ জ্যোতি ভূঞা (talk) 06:13, 2 জানুৱাৰী 2014 (UTC)
- কৰি দিয়া তেন্তে। — গীতাৰ্থ বৰদলৈ (talk) 06:18, 2 জানুৱাৰী 2014 (UTC)
- কৰা হ'ল। ---- প্ৰণৱ জ্যোতি ভূঞা (talk) 08:37, 3 জানুৱাৰী 2014 (UTC)