বাৰ্তা:যজ্ঞেশ্বৰ শৰ্মা
নিতুল দা, ব্যক্তিজনৰ নামৰ লগত "দেৱ" বুলি লিখিব নালাগে। — গীতাৰ্থ বৰদলৈ (talk) 08:11, 27 জুলাই 2012 (UTC)
অহ দুঃখিত দেই, কথাটো মই কালি খেয়ালেই নকৰিলো নহয়, আচলতে পাহৰি গলো, কেইদিনমান নিলিখিলেই কিছুমান কথা পাহৰি যাওঁ, ঠিক আছে আগলৈ লক্ষ্য ৰাখিম বাৰু, মনত পেলাই দিয়া বাবে ধন্যবাদ দেই। — নিতুল বৰা (talk) 15:30, 27 জুলাই 2012 (UTC)