বাৰ্তা:জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ)
মই বহুত কিবাকিবি লিখিছিলো। কি হ'ল, নাজানো, চব নোহোৱা হৈ গ'ল!! দুয়োজনে একে সময়তে সম্পাদনা কৰিলোঁ যেন লাগিছে।
আকৌ আগৰ লিখাখিনি বিচাৰি সুমুৱাই দিলো। ৱেবছাইট-টোৰপৰা পোষ্টাৰখন আনি লগাব পৰা যাব নেকি? কপিৰাইটৰ কিবা অসুবিধা হ'ব নেকি?
জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ)[সম্পাদনা কৰক]
মুক্তি অংশত থকা 'ছবিখনত' শব্দটো 'ছবিগৃহত' হ’ব লাগিছিল নেকি! 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (talk) 17:24, 8 January 2021 (ইউ.টি.চি.)