প'গ' টিভি
প'গ' | |
---|---|
উদ্বোধন | ১ জানুৱাৰী ২০০৪ |
গৰাকী | টাৰ্ণাৰ ব্ৰ'ডকাষ্টিঙ |
দেশ | ভাৰত |
ভাষা | ইংৰাজী হিন্দী তামিল |
সম্প্ৰচাৰৰ অঞ্চল | ভাৰত বাংলাদেশ নেপাল ভূটান শ্ৰীলংকা পাকিস্তান |
মুখ্য কাৰ্যালয় | মুম্বাই, ভাৰত |
ভগ্নী কেন্দ্ৰসমূহ | কাৰ্টুন নেটৱৰ্ক বুমেৰাঙ WB Channel HBO Real Turner Classic Movies CNN International CNN-IBN Toonami |
ৱেবছাইট | Official Website |
উপলদ্ধতা | |
কৃত্ৰিম উপগ্ৰহ | |
Tata Sky (India) | Channel 615 (SD) |
Dish TV (India) | Channel 512 (SD) |
Big TV (India) | Channel 610 (SD) |
Airtel Digital Tv (India) | Channel 356 (SD) |
Videocon D2H (India) | Channel 509 (SD) |
Sun Direct DTH (India) | Channel 524 (SD) |
Dish TruHD (India) | Channel ? (HD) |
Dialog TV (Sri Lanka) | Channel 44 (SD) |
কেবল টিভি | |
Available on most cable systems | |
Hathway | 401 (SD) |
ICC Digital Network (Pune) | 282 (SD) |
IN Digital | 320 (SD) |
আই পি টিভি | |
PEO TV (Sri Lanka) |
Channel 66 (SD) |
প'গ' টিভি এটি কেবল আৰু চেটেলাইট দূৰদৰ্শন ধাৰা, যাক ১ জানুৱাৰী ২০০৪ত আৰম্ভ কৰা হৈছিল, মহাৰাষ্ট্ৰৰ মুম্বাইত আধাৰিত টাইম ৱাৰ্ণাৰৰ অংশ তাৰ্ণাৰ ব্ৰ'ডকাষ্টিঙৰ দ্বাৰা। যদিও আৰম্ভণিতে কেৱল ভাৰততে উপলব্ধ, বৰ্তমান এই ধাৰা নেপাল, ভূটান আৰু শ্ৰীলংকাতো উপলব্ধ। এই ধাৰা ইংৰাজী আৰু হিন্দী ভাষাত উপলব্ধ।
বাংলাদেশত এই ধাৰা কাৰ্টুন নেটৱৰ্কৰ দুঘণ্টীয়া গোটৰ ৰূপত প্ৰচাৰিত।
থাইলেণ্ডত এই ধাৰা ফেমিলি চেনেল থাৰ্টিনত দুঘন্টীয়া গোট হিচাপে প্ৰচাৰিত হ'ব।[1]
অনুষ্ঠান আদি[সম্পাদনা কৰক]
প'গ' ভাৰতত কেৱল দুটা ভাষাত উপলব্ধ-- হিন্দী আৰু ইংৰাজী ভাষা, আটাইকেইটা অনুষ্ঠান এই দুয়োটা ভাষাত উপলব্ধ। ভাৰতৰ বাহিৰত এই ধাৰাৰ অনুষ্ঠানসমূহ কেৱল ইংৰাজীত উপলব্ধ। পাকিস্তানত এই ধাৰা আনুষ্ঠানিকভাৱে প্ৰচাৰিত হয়, হিন্দী ভাষাতেই, যিহেতু পাকিস্তানৰ সৰহসংখ্যক লোকৰ বাবে এই ভাষা সহজে বোধগম্য।
এই ধাৰাত কেইবাখনো এনিমেশ্যন শ্ব' আৰু লাইভ এক্সন শ্ব' প্ৰচাৰিত হয়। এই ধাৰাৰ সম্পূৰ্ণ নিজৰ শ্ব' সময়ে সময়ে "প'গ' অ'ৰিজিনেল্স"ৰ নামত প্ৰচাৰিত হয়, যেনে "মেড"-- যি এটি "নিজে কৰি চোৱা" অনুষ্ঠান। প'গ'ত বিভিন্ন লাইভ আৰু এনিমেটেড চলচিত্ৰও প্ৰচাৰিত হয় "লাইট্ছ! কেমেৰা! প'গ'"ৰ নামত। এনিমেশ্যন ধাৰাবাহিক "ছটা ভিম" এই ধাৰাত প্ৰচাৰিত হয়।
কাৰ্টুন নেটৱৰ্ক ইণ্ডিয়াৰ ভগ্নী ধাৰা হোৱাৰ বাবে মাজ নিশাৰ পৰা পুৱাৰ ভিতৰত এই ধাৰাত কাৰ্টুন নেটৱৰ্কৰ শ্ব' কিছুমানো প্ৰচাৰিত হয় যেনে দা লাইফ এণ্ড টাইমছ অৱ জুনিফাৰ লি, টাইম স্কুৱাড, স্কাটুনি, লিনি টিউন্স, বেবি লিনু টিউন্স, ৰ'বটবয়, ছিপ ইন বিগ চিটি, চগিল্ভেষ্টাৰ এণ্ড টুৱিটি মিষ্ট্ৰিজ, মেৰি মেলডিছ, ফষ্টাৰ্ছ হ'ম ফৰ ইমেজিনেৰি ফ্ৰেণ্ডছ, দা স্মাৰ্ফছ, বেটমেন, পকেমন, গাৰ্ফিল্ড এণ্ড ফ্ৰেণ্ডছ, দা পিংক পেন্থাৰ শ্ব' আদি।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- [1] Archived 2022-07-03 at the Wayback Machine
- [2]