ইণ্টাৰনেট মুভি ডাটাবেছ (IMDb) |
---|
IMDB Logo 2016.svg soft2i |
ইউ আৰ এল |
www.imdb.com |
---|
বাণিজ্যক |
হয় |
---|
প্ৰকাৰ |
চলচ্চিত্ৰ, দূৰদৰ্শন আৰু ভিডিঅ’ গেমৰ বাবে অনলাইন ডাটাবেছ বা তথ্যভঁৰাল |
---|
পঞ্জীয়ন |
ঐচ্ছিক |
---|
ভাষা |
ইংৰাজী
es-us |
---|
স্বত্বাধিকাৰী |
আমাজন |
---|
সৃষ্টিকৰ্তা |
কোল নীধাম (CEO) |
---|
মুকলি |
১৭ অক্টোবৰ ১৯৯০; ৩৩ বছৰ আগত (1990-10-17) |
---|
এলেক্সা স্থান |
৬০ (ফেব্ৰুৱাৰী ২০২০[update])[1] |
---|
বৰ্তমান স্থিতি |
সক্ৰিয় |
ইণ্টাৰনেট মুভি ডাটাবেছ (ইংৰাজী: Internet Movie Database; সংক্ষেপে IMDb) এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত চলচ্চিত্ৰ, অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান, কলাকুশলী, কাল্পনিক চৰিত্ৰ আৰু ভিডিঅ’ গেমৰ বিষয়ে তথ্য সংৰক্ষিত কৰি ৰখা হয়। বৰ্তমানে ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাচী ভাষাত উপলভ্য এই ৱেবছাইটটো ১৯৯০ চনৰ ১৭ অক্টোবৰত আৰম্ভ কৰা হয়। ১৯৯৮ চনত এমাজন ডট কম কোম্পানীয়ে ইয়াক কিনি লয়।[2]