আছাম টক্ছ
Assam Talks | |
---|---|
গৰাকী | Rockland Media and Communication Pvt Ltd |
শ্ল'গান | শুদ্ধ খবৰ, শুদ্ধ চিঞৰ |
দেশ | India |
ভাষা | Assamese |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
ৱেবছাইট | www |
আছাম টক্ছ এটা অসমীয়া ভাষাৰ সংবাদভিত্তিক টিভি চেনেল, যাৰ মালিক ৰ'কলেণ্ড মিডিয়া এণ্ড কমিউনিকেশ্বন প্ৰাইভেট লিমিটেড। [1]
ইতিহাস[সম্পাদনা কৰক]
চেনেলটো ২০১৫ চনৰ ২ মে'ৰ পৰা আৰম্ভ হয়।
অনুষ্ঠান সমূহ[সম্পাদনা কৰক]
- প্ৰাইম ডেইলি
- ৰেকৰ্ড কেৱল ৰেকৰ্ড
- অফবিট
- ৰেপিড ফায়াৰ ব্ৰেকফ্ৰি
- শাৰ্প কাট উইথ ৰুবুল দাস
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Assam Number one channel". www.assamtalks.in. http://www.assamtalks.com/live-tv-stream/Assamese.asp। আহৰণ কৰা হৈছে: 2012-08-11.[সংযোগবিহীন উৎস]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|