আঙুৰলতা ডেকা |
---|
জন্ম |
নলবাৰী, অসম |
---|
ৰাষ্ট্ৰীয়তা |
ভাৰতীয় |
---|
পেচা |
অভিনেত্ৰী, ৰাজনৈতিক নেত্ৰী |
---|
সক্ৰিয় হৈ থকা সময় |
২০০৬ - বৰ্তমানলৈ |
---|
দাম্পত্যসঙ্গী |
আকাশদ্বীপ ডেকা |
আঙুৰলতা ডেকা (ইংৰাজী: Angoorlata Deka) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে৷ ২০১৫ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত
ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিৰ্বাচিত হৈ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা হয়।[1]
আঙুৰলতাৰ জন্ম হয় নলবাৰীত।[2] ২০০৬ চনত আমি অসমীয়া চলচ্চিত্ৰ খনৰ জৰিয়তে তেওঁ অসমীয়া চলচ্চিত্ৰ জগত খনত খোজ পেলায়। বৰ্তমানলৈ আঙুৰলতাই কেইবা খনো চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেখেতে কেইবাখনো ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰিছে।
|
---|
| দশক | | |
---|
| চলচ্চিত্ৰ পৰিচালক | |
---|
| সঙ্গীত পৰিচালক | |
---|
| অভিনেতা | |
---|
| অভিনেত্ৰী | |
---|
| অন্য বিষয় | |
---|
| |
|