অসমীয়া: ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিৰ স্বধীনতা দিৱসৰ কাৰ্যসূচীত আলফাই ঘটোৱা বোমা বিষ্ফোৰণত নিহত ১৩ জন শিশু আৰু মাতৃৰ প্রতিমূৰ্তি।এই প্রতিমূৰ্তি ধেমাজি মহাবিদ্যালয়ৰ চৌহদত থকা নিহত সকলৰ স্মৃতিত প্রতিষ্ঠিত "শিশু শিক্ষা আৰু উৎকৰ্ষ সাধন কেন্দ্র"ত আছে।
একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।